ভোগালী বিহুৰ শুভেচ্ছা বাৰ্তা আৰু বাণী | Happy Bhogali Bihu 2022

ভোগালী বিহুৰ উৰুকাৰ ২০২২ শুভেচ্ছা বাণী, বাৰ্তা, পিকচার, ছবি আৰু কবিতা (Happy Bhogali magh bihu 2022 Wishes, Greetings, Quotes, Picture, Sms, Messages and Images In assamese)

কাইলৈ ১৪ জানুৱাৰীত সমগ্ৰ অসমত ভোগালী বিহু উদযাপন কৰা হ’ব। আমাৰ হৈ সকলোলৈকে ভোগালী বিহুৰ আৰু মকৰ সংক্ৰান্তিৰ শুভেচ্ছা। বেয়া সময় আঁতৰি সকলোৰে ভঁৰাল ধনে-ধানে উপচি পৰক।

ভোগালী বিহুৰ এই আনন্দময় উৎসৱটো বন্ধু-বান্ধৱ আৰু আত্মীয়সকলৰ বাবে অধিক ৰঙীন কৰি তুলিবলৈ আমি আপোনালৈ ২০২২ চনৰ শ্ৰেষ্ঠ মাঘ বিহুৰ শুভেচ্ছা, ছবি আৰু কবিতাৰ সংকলন আনিছো। আপুনি এই Bhogali Bihu picture সহজে নকল কৰিব পাৰে আৰু সেইবোৰ WhatsApp জৰিয়তে আপোনাৰ বন্ধু বৰ্গ আৰু আত্মীয়লৈ প্ৰেৰণ কৰিব পাৰে।

শুভ ভোগালী বিহুৰ শুভেচ্ছা

কলো অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিলো।

শুভ ভোগালী বিহুৰ শুভেচ্ছা
শুভ ভোগালী বিহুৰ শুভেচ্ছা

ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছাৰে সুপ্ৰভাত…..অসম।

ভোগালী বিহুৰ শুভেচ্ছা
ভোগালী বিহুৰ শুভেচ্ছা

আশাঁতে জীয়াই থাকে মানুহৰ হেপাঁহ আৰু হেপাঁহতেই থাকে কৰ্মৰ লক্ষ্য আৰু উদ্দেশ্য তাৰ পিছত ফল সকলোলৈ বিহুৰ শুভেচ্ছাথাকিল

ভোগালী বিহুৰ শুভেচ্ছা 2022
ভোগালী বিহুৰ শুভেচ্ছা 2022

Happy Bhogali Bihu 2022

সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ।‌

Happy Bhogali Bihu 2022
Happy Bhogali Bihu 2022

ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা। সকলোৰে আহি থকা দিন বোৰ সুখ সমৃদ্ধি, শান্তি আৰু ভোগালীৰ ভোগেৰে উপচি পৰক তাৰেই শুভকামনাৰে

happy bhogali bihu 2022 in assamese
happy bhogali bihu 2022 in assamese

ভোগালী বিহুৰ শুভেচ্ছা যাচিলো ।‌

happy bhogali bihu in assamese
happy bhogali bihu in assamese

সকলো অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

happy magh bihu assamese sms
happy magh bihu assamese sms

ভোগালী বিহুৰ শুভেচ্ছাৰে | সকলোয়ে মিলা প্ৰিতিৰে আজি ভোগালী বিহুৰ ভোজ খাওঁক…..

মাঘ বিহুৰ শুভেচ্ছা বাণী

মেজিৰ জুইয়ে নাশ কৰক দুৰ্যোগ অপায় অমঙ্গল সকলোৰে জীৱনলৈ বৈ আঁহক শান্তিৰ সোঁত তাৰেই কামনাৰে জনালোঁ ভোগালী বিহুৰ শুভকামনা॥

মাঘ বিহুৰ শুভেচ্ছা বাণী
মাঘ বিহুৰ শুভেচ্ছা বাণী

মোৰ ৰ তৰফৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালো । সকলোৰে আহি থকা দিন বোৰ সুখ সমৃদ্ধি , শান্তি আৰু ভোগালীৰ ভোগেৰে উপচি পৰক তাৰেই শুভকামনাৰে …

মাঘ বিহুৰ শুভেচ্ছা বাণী
মাঘ বিহুৰ শুভেচ্ছা বাণী

ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা।

মাঘ বিহু শুভেচ্ছা বাণী
মাঘ বিহু শুভেচ্ছা বাণী

সকলোকে ভোগালী বিহুৰ ওলগ জনালো আগতীয়াকৈ

Happy Magh Bihu 2022

ভোগালী বিহুৰ শুভেচ্ছাৰে | সকলোয়ে মিলা প্ৰিতিৰে আজি ভোগালী বিহুৰ ভোজ খাওঁক…..

Happy Magh Bihu 2022
Happy Magh Bihu 2022

ভোগালী বিহুৰ হিয়াভৰা ওলগ জনালোঁ।

এই ভোগালী বিহুটিয়ে আপোনাক সফল হোৱাত আৰু আপোনাৰ লক্ষ্য পূৰণ কৰাত সহায় কৰক। শুভ ভোগালী বিহু!

ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা যাচিলোঁ। HAPPY BHOGALI BIHU

ভোগালী বিহুৰ ছবি (Bhogali Bihu Picture)

ভোগালী বিহুৰ শুভেচ্ছাৰে। সকলোয়ে মিলা প্ৰিতিৰে আজি ভোগালী বিহুৰ ভোজ খাওঁক।

ভোগালী বিহুৰ ছবি
ভোগালী বিহুৰ ছবি

উৰুকাৰ কাহিলি পুৱা হিমচেচা শীতৰ সেমেকা পৰিবেশত আপোনালৈ/আপোনাসবলৈ জনাইছো ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা।

Bhogali Bihu Picture
Bhogali Bihu Picture

Final Word

আমাৰ ৱেবছাইটদৰ্শন কৰাৰ বাবে ধন্যবাদ, মই আহিআছো আৰু আপুনি ওপৰৰ ভোগালী বিহুৰ শুভেচ্ছা ভাল পাইছে। যদি আপুনি এইটো ভাল পায়, তলৰ মন্তব্য বাকচত মন্তব্য কৰি আমাৰ কামৰ প্ৰশংসা কৰিবলৈ নাপাহৰিব।

অনুগ্ৰহ কৰি মন কৰিব:- আমাৰ পোষ্টবোৰ নিয়মীয়াকৈ আপডেট কৰা হয়। অধিক ভোগালী বিহুৰ শুভেচ্ছা বাৰ্তা পাবলৈ আমাৰ লগত থাকক।

Leave a Comment